অৱশেষত জেৰাৰ সন্মুখীন মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাস

জেৰাৰ সন্মুখীন মডাৰ্ন ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাস। দণ্ডাধীশ ৰিমজিম কোঁৱৰৰ জেৰাৰ সন্মুখীন অধ্যক্ষাগৰাকী। প্ৰায় ৩ ঘণ্টীয়া জেৰাৰ সন্মুখীন হ’ল জোনালী দাস। সংবাদ মাধ্যমৰ কেমেৰা দেখি পলায়ন জোনালী দাসৰ। সংবাদ মাধ্যমে দোষী সজোৱাৰ অভিযোগ অভিযুক্ত জোনালীৰ। সংবাদ মাধ্যমক কোনো মন্তব্য নিদিলে অধ্যক্ষাগৰাকীয়ে। জোনালী দাসৰ সৈতে উপস্থিত থাকে তেওঁৰ স্বামী আৰু অধিবক্তা। অধ্যক্ষা জোনালী দাসৰ দুৰ্ব্যৱহাৰৰ বাবে এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ অভিযোগ উত্থাপন হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...