কঠোৰ হৈছে চৰকাৰ, প্ৰতিগৰাকী ACS বিষয়াই দিব লাগিব সম্পত্তিৰ হিচাপ

ACS বিষয়াক সম্পত্তিৰ হিচাপ দাখিলৰ নিৰ্দেশ। ৰাজ্যৰ কৰ্মচাৰী বিভাগে দিলে এই নিৰ্দেশনা। ACS বিষয়াসকলে নিজৰ নামত থকা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ দিব লাগিব হিচাপ। ৩১ ডিচেম্বৰলৈকে নিজৰ সম্পত্তিৰ হিচাপ দিব লাগিব। এই বিষয়াসকলৰ সম্পত্তিৰ হিচাপ দাখিলৰ অন্তিম সময় ৩১ জানুৱাৰী। অনলাইনযোগে ACS বিষয়াই দাখিল কৰিব লাগিব সম্পত্তিৰ হিচাপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...