অসম

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনৰ উদ্যম বাঢ়িব। সন্তানৰ পৰা সু-সংবাদ পাব। পানীৰ পৰা ভয়। আধিপত্য বিস্তাৰ কৰিব পাৰিব। সাহিত্যিক-সাংবাদিকৰ সুনাম। বৃষ : কর্মত দৃঢ়তা থাকিব। আৱেগ বর্জন...

দুটা বছৰৰ অন্তত এইবাৰ হ’ব অম্বুবাচী মেলা!

ক'ভিড মহামাৰীৰ বাবে অনুষ্ঠিত নোহোৱা দুটা বছৰৰ পিছত এইবাৰ পুনৰ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পাতিবলৈ চলিব যো-জা। মন্দিৰ কৰ্তৃপক্ষ আৰু কামৰূপ মেট্ৰ' জিলা প্ৰশাসনৰ...

বক্স অফিচত লোকেল উৎপাতৰ খলকনি

অসমীয়া চিনেমালৈ আহিছে ভাল দিন। ছবি গৃহলৈ আহিছে দৰ্শক। শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চিনেমা LOCAL UTPAT য়ে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে ।...

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ!

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰবৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনানৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনকসমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাতশিলচৰ-আইজল পথৰ সোণবাড়ীঘাট...

চকলেটেৰে ছবি আঁকি ‘ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট এজন ছাত্ৰৰ

নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়াৰ ছাত্ৰ টিৰুত কুমাৰ বৰাই ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। জুলীয়া চকলেটে প্ৰতিকৃত অংকণ কৰি...

Popular