কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনৰ উদ্যম বাঢ়িব। সন্তানৰ পৰা সু-সংবাদ পাব। পানীৰ পৰা ভয়। আধিপত্য বিস্তাৰ কৰিব পাৰিব। সাহিত্যিক-সাংবাদিকৰ সুনাম।

বৃষ : কর্মত দৃঢ়তা থাকিব। আৱেগ বর্জন কৰক। সততা ৰক্ষা পাৰিব। সন্তানক লৈ চিন্তা। ক্রীড়াত সুনাম বৃদ্ধি পাব। শত্রু কমিব। সম্পদ লাভ।

মিথুন : সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ।

কৰ্কট : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ নকৰিব। দুষ্টৰ সংগ ত্যাগ কৰক। প্রতিযোগিতাত জয়লাভ। পাণ্ডিত্য প্রতিভা থাকিব।

সিংহ : পাণ্ডিত্য প্রতিভা প্রকাশ পাব। ভাতৃৰ উন্নতিয়ে আনন্দ দিব। মনোবল অটুট থাকিব। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভ্ৰমণত শুভ। বিদ্যাত কষ্ট।

কন্যা : কোনো সুখবৰ পাব। মনোবলৰ জোৰতে বহুতখিনি কাম হৈ উঠিব। বুদ্ধিবৃত্তিত গাম্ভীর্যতা থাকিব। সন্তানৰ শুভ। শিল্পীৰ সুনাম।

তুলা : পাৰিবাৰিক জীৱনৰ ব্যস্ততা বাঢ়িব। ৰাজহুৱা কামত সুখ্যাতি। নিৰামিষ খাওক। শত্রু পদানত হ’ব। ক্ৰীড়াত সুনাম। বিদ্যাত সুখ।

বৃশ্চিক : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ।

ধনু : কর্মত সুখ্যাতি লাভ। আনৰ কথা লৈ মূৰ নঘমাব। ৰাজনীতিত উদ্যম থাকিব। দাম্পত্যত জীৱন সুখ-শান্তিময়। শত্ৰু কমিব।

মকৰ : কৰ্মত বলিষ্ঠ সংযোগ। পদোন্নতি বা বদলিৰ যোগ। শত্ৰু কমিব। ধন ধাৰলৈ নিদিয়াই ভাল। নতুন বন্ধু লাভ। পেটৰ অসুখ হ’ব পাৰে। ভ্রমণ।

কুম্ভ : কর্মক্ষেত্ৰত যথেষ্ট চিন্তা-ভাবনা থাকিব। গাম্ভীর্যতা প্রকাশ পাব। ভুল চিন্তা মনলৈ নানিব। পাণ্ডিত্য প্রতিভা থাকিব।

মীন : সুস্থিৰ মীমাংসাত উপনীত হ’ব পাৰিব। নতুন বন্ধু লাভ। ৰাজনীতিত নতুন আশাৰ সঞ্চাৰ। গুৰু কৃপা লাভ কৰিব। চিত্ৰকৰৰ সুনাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...