বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ!

  • বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ
  • বৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা
  • নৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনক
  • সমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাত
  • শিলচৰ-আইজল পথৰ সোণবাড়ীঘাট বাইপাছত এই ঘটনা
  • বৰাক নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে ৰাষ্ট্রীয় ঘাইপথটো
  • সেই দৃশ্য বন্দী কৰিবলৈ গৈ ছেলফি লোৱাৰ সময়তে এই অঘটন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...