অসম

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা মন্ত্ৰী অশোক সিংহলৰ

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰী অশোক সিংহলে। এক শুভেচ্ছা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্গোৎসৱ হৈছে অন্যায়-অনীতিৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা...

চাঙৰ পৰা নামি কংগ্ৰেছৰ পুনৰ ক্ষুৰধাৰ সমালোচনা

চাঙে-চাঙে কংগ্ৰেছ যাত্ৰাৰ সামৰণি পৰিল। APCCৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টিতেই কাৰ্যসূচীৰ সামৰণি। অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতাৰ তীব্ৰ আক্ৰমণ বিজেপিক। ভূপেন বৰাই ক'লে -...

পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য

পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্যঘনত্বৰ লেখেৰে অধিক গঁড়ৰ বিচৰণভূমি পবিতৰাবনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুকলি কৰে পবিতৰাবাৰিষাৰ বাবে যোৱা মে’ মাহৰ পৰা বন্ধ হৈ থকা...

নগাঁৱৰ চামগুৰি থানাত এটা ষাঁড়গৰু

নগাঁৱৰ চামগুৰি থানাত এটা ষাঁড়গৰু। ষাঁড়টোৰ বাবে বিবুধিত পৰিল আৰক্ষী আৰু কেইবাজনো লোক। চোৰাং গৰু সৰবৰাহকাৰীয়ে এঠাইত বান্ধি থৈছিল ষাঁড়টো। একাংশ লোকে উদ্ধাৰ কৰি...

গুৱাহাটী মহানগৰীৰ সূচল যাতায়াত ব্যৱস্থাৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা

গুৱাহাটী মহানগৰীত অহা বছৰ আগষ্ট মাহৰ ভিতৰত ২০০০ চিচি টিভি সংযোগ কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী গুৱাহাটী মহানগৰীৰ পথ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্রা সংযোজনেৰে...

Popular