শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা মন্ত্ৰী অশোক সিংহলৰ

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰী অশোক সিংহলে। এক শুভেচ্ছা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্গোৎসৱ হৈছে অন্যায়-অনীতিৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা আৰু দুস্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ বিজয়ৰ উৎসৱ। দুৰ্গতি নাশিনী দেৱী দুৰ্গাই আমাৰ সমাজৰ সকলো অসূয়া অমংগল দূৰ কৰি দেশত শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰক বুলি তেওঁ প্ৰাৰ্থনা জনায়। মা দুৰ্গাৰ আশীৰ্বাদত এই উছৱে আমাৰ সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অফুৰন্ত আনন্দেৰে উপচাই তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...