অসম

অসম আৰক্ষীত হৈছে কি? তিনিমাহে নিৰুদ্দেশ আৰক্ষী জোৱান

এইবাৰ অসম আৰক্ষীত সংঘটিত হৈছে কোনোদিনে নোহোৱা-নোপোজা ঘটনা। প্ৰায় তিনিমাহ ধৰি নিৰুদ্দেশ হৈ আছে এজন আৰক্ষী জোৱান। সন্ধানহীন আৰক্ষী জোৱানজন চবিন নাথ। নগাঁওস্থিত নৱম...

সাত বছৰীয়া ভাতৃ ঢুকাল সৌ সিদিনা, এইবাৰ নোহোৱা হ’ল ভৰণ পোষণ দিয়া পিতৃ

এজন কণিষ্ঠ ভাতৃ, এগৰাকী কণমানি ভগ্নীৰে এগৰাকী অসহায় যুৱতী। আনে দিয়াখিনি খাইছে, আনে কোৱা কথাই শুনিছে। কিবা বুজি উঠাৰ পূৰ্বেই মাতৃ নোহোৱা হৈছিল পৰিয়ালৰ...

একেলগে বাজিছে খোল, শংখ, বৰতাল…একেলগে জুৰিছে ভকতে নাম

একেলগে বাজিছে খোল, শংখ, বৰতালএকেলগে জুৰিছে ভকতে নাম এয়া ৰঙিয়াৰ হাতীখলা পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৯৩ সংখ্যক অধিৱেশনৰ বাবে সাজু হৈ উঠিছে মৰাণজনা ভয়ৰাৰ...

অসম-পশ্চিমবংগ সীমান্তৰ জিনকাটাত লৈয়ো লৈয়ো হৰিনাম…

বাজিছে ভোৰতালআকাশে গুঞ্জৰিছে নাগাৰামঅসম-পশ্চিমবংগ সীমান্তৰ জিনকাটাত লৈয়ো লৈয়ো হৰিনাম... হৰিনামেৰে মুখৰিত হল অসম পশ্চিমবংগ সীমান্তৰ জিনকাটা অঞ্চল। অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰৰ...

বিদ্যালয় অসমীয়া মাধ্যমৰ, পাঠদান ইংৰাজীত কিয়?

বিদ্যালয় অসমীয়া মাধ্যমৰ, পাঠদান ইংৰাজীত কিয়?আইৰ মুখৰ ভাষা কাঢ়ি নিব কোনে?চৰকাৰৰ সিদ্ধান্তত সৰৱ আছু ৰাজ্যত আছে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰে অসংখ্য বিদ্যালয়। যি অভিভাৱকে...

Popular