অসম

আলফা(স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট!

আণ্ডাৰ ক’ভাৰ এজেন্টআলফা (স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্টআকৌ চাওক, কি কৈছে মানস বৰগোঁহায়ে? আলফা (স্বাঃ)-এ প্ৰেৰণ কৰা ভিডিঅ’শিবিৰত বন্দীত্ব অৱস্থাত গুপ্তচৰ মানস বৰগোঁহাই এইবাৰ চাওঁক, ২০২৩ৰ...

একেলগে জ্বলিব ৩ শতাধিক চৌকা, ৫ লক্ষাধিক ভকতৰ বাবে সাজু হ’ব মহাপ্ৰসাদ

একেলগে ১০ হাজাৰ ভকতে গ্ৰহণ কৰিব মহাপ্ৰসাদএকেলগে জ্বলিব ৩ শতাধিক চৌকা৫ লক্ষাধিক ভকতৰ বাবে সাজু হ’ব মহাপ্ৰসাদ৩৫ খন উপসমিতিৰ অবিৰত আয়োজনএয়া ৰঙিয়াৰ হাতীখলা পথাৰ আয়োজিত...

ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ছহিদ অসমৰ জোৱান

ছত্তিশগড়ত সংঘটিত হৈছে মাওবাদীৰ আক্ৰমণৰ ঘটনা। মাওবাদীৰ এই আক্ৰমণত ছহিদ হৈছে অসমৰ CRPF জোৱান লম্বোধৰ সিংহ। ছহিদ লম্বোধৰ সিংহৰ ঘৰ বঙাইগাঁৱৰ বিদ্যাপুৰত। লম্বোধৰৰ মৃত্যুৰ...

আলফা সদস্য মানস সঁচাকৈয়ে আৰক্ষীৰ চোৰাংচোৱা নেকি?

গুৱাহাটীৰ বেলতলাৰ ৰয়েল এনক্লেভৰ এটা ফ্লেটত চলিছিল আলফা (স্বাঃ)লৈ যোৱা অসম আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট মানস বৰগোঁহাইৰ প্ৰশিক্ষণ। তোমালোকে মোক পাহৰিলা বুলি একেলগে প্ৰশিক্ষণ...

ৰাজ্যত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ লক্ষ্যৰে শিক্ষাবিভাগৰ এই নৱসংযোজন

বহু নতুন নিয়মেৰে শেষ বাৰলৈ হ’ব মেট্ৰিক পৰীক্ষাOMR শ্বীটত হ’ব গণিত, ইংৰাজী বিষয়াৰ পৰীক্ষাসাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাও হ’ব OMR শ্বীটতৰাজ্যত নতুন শিক্ষানীতি...

Popular