হিলদল ভাঙি বাইদেউহঁত ওলাই আহিল খানাপাৰালৈ

খানাপাৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীক চাবলৈ, ভাষণ শুনিবলৈ হিলদল ভাঙি উজনি-নামনিৰ পৰা আহিল জনতা। বিশেষকৈ এই সভাত দেখা গ’ল ৰাজ্যৰ মহিলাসকলক। লাখপতি বাইদেউসকল ওলাই আহিল খানাপাৰালৈ। মনত প্ৰধানমন্ত্ৰীক চোৱাৰ হেঁপাহ। মুখত মোদী বন্দনা। কোনোবাই কলে খানাপাৰালৈ ৰাম আহিছে। কোনোবাই ক’লে হনুমান হোৱা হ’লে বুকু ফালি দেখুৱালোহেঁতেন। কোনো সুবিধা নোপোৱা মহিলাও আহিল খানাপাৰালৈ। কাৰণ মোদী আহিছে।

সম্পূৰ্ণ প্ৰতিবেদনটো চাবলৈ চাওক এই ভিডিঅ’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...