অসম

গোৱালপাৰাৰ মাকৰিত চতুৰ্থ ৰাভা-হাছং সাংস্কৃতিক সমাৰোহ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি জিলাখনৰ মাকৰিৰ ৰেন্দু-পেন্দু হাচুত ৰাভা হাছং...

চুৰি কৰিবলৈ আহি ধৰা পৰিল যুৱতী, তাৰ পিছত কি হ’ল?

এইবাৰ যুৱক নহয় যুৱতী চোৰৰ উপদ্ৰৱ। নগাঁৱৰ কচুৱা পমিলা জাৰণিত চুৰি কৰিবলৈ আহি ধৰা পৰিল যুৱতী। লীলা শইকীয়া নামৰ লোকজনৰ ঘৰত এগৰাকী যুৱতীয়ে তলা...

উত্তৰাখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপিত UCC

Uniform Civil Codeৰ বাবেই বিধানসভাৰ বিশেষ অধিৱেশনবিধানসভাত বিধেয়কখন উত্থাপন কৰে CM পুষ্কৰ সিং ধামিয়েUCC সন্দৰ্ভত আলোচনাৰ বাবেই দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বচলিত বাজেট অধিৱেশনতে উত্থাপিত...

এখন ব্যক্তিগত দলঙৰ কথা…

ব্যক্তিগত হাস্পতাল দেখিছে। ব্যক্তিগত বিদ্যালয়ো দেখিছে। আজি আপোনালোকক এখন ব্যক্তিগত দলঙৰ কথা ক'বলৈ ওলাইছো। সেই দলংখনৰ বাবে ঠিক কৰি থোৱা আছে নিৰিখ। বাইক-গাড়ীয়ে পাৰ...

হিন্দু কিশোৰীক অপহৰণ মুছলমান কিশোৰৰ

বৰপেটাৰ চেঙাত বিগত ৬ দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী ১৪ বছৰীয়া কিশোৰী। হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীক বাঙালী সম্প্ৰদায়ৰ এটি মুছলমান কিশোৰে পৰিয়ালৰ লোকৰ সহযোগত...

Popular