মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বাংলাদেশৰ উচ্চায়ুক্তৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বাংলাদেশৰ উচ্চায়ুক্তৰ।
ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্ত মঃ মুস্তাফিজুৰ ৰহমানৰ এই সাক্ষাৎ।
অসম বিধানসভাৰ সচিবালয় ভৱনত সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক।
উচ্চায়ুক্তজনৰ সৈতে আছিল গুৱাহাটীস্থিত বাংলাদেশৰ উপ-উচ্চায়ুক্ত ৰুহুল আমিন।
অসম–বাংলাদেশৰ যৌথ সমস্যা সন্দৰ্ভত আলোচনা।
উত্তৰ–পূবৰে বাংলাদেশৰ যোগাযোগ উন্নয়নত গুৰুত্ব উভয় দেশৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি বিজ্ঞানী

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...