ছেলা পাছ পাৰ হৈ আপুনি বাৰু টাৱাঙলৈ গৈছেনে?

ছেলা পাছ পাৰ হৈ আপুনি বাৰু টাৱাঙলৈ গৈছেনে? বৰফাবৃত ছেলা পাছে আপোনাৰ যাত্ৰা হয়তো ৰোমাঞ্চকৰ কৰি তুলিছিল। কিন্তু অহা জুন মাহৰপৰা এই ছেলা পাছ আপোনাৰ বাবে হৈ পৰিল অতীত। কাৰণ এতিয়া ছেলা পাছৰ তলেদি নিৰ্মাণ হৈছে সুবিশাল সুৰংগ, যিয়ে সহজ কৰি তুলিব টাৱাং যাত্ৰা। এক প্ৰতিবেদন।

অৰুণাচলৰ ছেলা পাছৰ তলেদি নিৰ্মাণ হৈছে ছেলা সুৰংগ

টাৱাঙৰে সকলো বতৰ অনুকূল পথৰ সৃষ্টি কৰিব এই সুৰংগই

ছেলা সুৰংগই ব’মডিলা-টাৱাঙৰ দূৰত্ব কমাব প্ৰায় ১০ কিলোমিটাৰ

যাতায়াতৰ বাবে সাজু ৬৮৭ কোটি টকা ব্যয় সাপেক্ষ এই সুৰংগ

ইয়াৰে প্ৰথমটো সুৰংগৰ দৈৰ্ঘ্য হৈছে ৪৭৫ মিটাৰ

দ্বিতীয়টো সুৰংগৰ দৈৰ্ঘ্য হৈছে ১,৭৯০ মিটাৰ

এতিয়া ছেলা পাছৰ শীৰ্ষলৈ গাড়ী লৈ যোৱাৰ প্ৰয়োজন নহ’ব

৯,৮০০ ফুট উচ্চতাত ছেলা পাছৰ তলেদি সেই সুৰংগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...