মুখ্য বাতৰি

দুখনকৈ ঠাইত একেদিনাই সংঘটিত হোৱা দুটা মাৰপিটৰ ঘটনা

ৰাজ্যৰ এনে কিছু ঠাই আছে, যিসমূহ ঠাইৰ পৰা সংবাদমাধ্যমলৈ প্ৰায়ে আহে মাৰপিটৰ ঘটনাৰ খবৰ। কেতিয়াবা যদি ভূমিকেন্দ্ৰিক ঘটনা, কেতিয়াবা দুই ফৈদৰ মাজত তয়াময়া ৰণ।...

ঢকুৱাখানাত ক্লুলেছ বিয়াগোম আৰক্ষী বিভাগ

নিত্য নতুন খবৰৰ পিছতো বতাহত মিলি গ’ল এটা মৃতদেহৰ পৰা মুণ্ড, নোহোৱা হ’ল বিজেপি নেতা সুনীল গগৈ। ঘটনাৰ পিছদিনাই ঘটনাস্থীত চি আই ডিৰ আইজিপি...

দ্বিতীয়বাৰলৈ ভাৰতৰ দখলত T20 বিশ্বকাপৰ খিতাপ

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলে। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি T20 বিশ্বকাপৰ চেম্পিয়ন ভাৰত। ২য়বাৰলৈ T20 বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত । যুঁজি যুঁজি জিকিল ৰোহিত...

বহি পুনঃৰীক্ষণৰ পিছত উত্তৰ-পূবৰ ভিতৰত প্ৰথম স্থান গুৱাহাটীৰ দেৱৰ্ষি কাকতি বৰাৰ

বহি পুনঃৰীক্ষণৰ পিছত উত্তৰ-পূবৰ ভিতৰত প্ৰথম স্থান গুৱাহাটীৰ দেৱৰ্ষি কাকতি বৰাৰফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উষ্ম আদৰণিকেন্দ্ৰীয় মাধ্যমিক  শিক্ষা পৰিষদৰ দ্বাৰা...

ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে

ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে। এইবাৰৰ ঘটনা কাছাৰৰ। কাছাৰৰ কাটিগড়া জগদীশপুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। জলাশয়ত মাছ ধৰিবলৈ যাওঁতেই বজ্ৰ পৰি নিহত...

Popular