৪০খন স্কুলক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

দিল্লীৰ কেইবাখনো শিক্ষানুষ্ঠানত পুনৰ বোমাতংক। আজি পুৱা ই-মেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি বিদ্যালয়কেইখন। DPS আৰ কে পুৰম আৰু GD গোৱেংকা নামৰ শিক্ষানুষ্ঠানকো ভাবুকি। পশ্চিম বিহাৰ অঞ্চলত আছে দুয়োখন শিক্ষানুষ্ঠান। ভাবুকি পোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ সাময়িকভাৱে বন্ধ কৰ্তৃপক্ষৰ। শিক্ষাৰ্থীসকলক ঘূৰাই পঠোৱা হ’ল ঘৰলৈ। ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী-অৰ্ধসামৰিক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীও সাজু বিদ্যালয়। কেইবাখনো বিদ্যালয়ক ধন দাবী অচিনাক্ত দুৰ্বৃত্তৰ। বোমা নিষ্ক্ৰিয়কৰণৰ বাবে ৩০ হাজাৰ ডলাৰ দাবী। দিল্লীৰ প্ৰায় ৪০খন স্কুললৈ এই ভাবুকি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...