যৌৱন ধৰি ৰখাত সহায় কৰে কাঠবাদামে

কাঠবাদামৰ উপকাৰিতা বহুতো আছে। কাঠ বাদামে ওজন হ্ৰাস কৰাত সহায় কৰে। যৌৱন ধৰি ৰখাত সহায় কৰে কাঠ বাদামে। কাঠবাদাম ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। এবাটি পানীত ৰাতিটো তিয়াই ৰাখিলে ওপৰৰ মুগা বাকলি অতি সহজে গুচাব পাৰি। আপুনি এসপ্তাহৰ বাবে এই বাকলি গুচোৱা বাদাম খাব পাৰে। অৱশ্যে বাকলিৰ সৈতে খোৱা কাঠবাদাম বেছি উপকাৰী। তিয়াই থোৱা কাঠবাদামে হজম বৃদ্ধি কৰাত সহায় কৰে। অত্যাৱশ্যকীয় এনজাইম নিষ্কাশন কৰাত সহায় কৰে। কাঠবাদামে হৃদযন্ত্ৰ সৱল কৰে, ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। কৰ্কট ৰোগ প্ৰতিৰোধতো ই সহায়ক। শৰীৰৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে প্ৰতি পুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...