কিশোৰ, ২০ বছৰীয়া যুৱকৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, জালত সৰবৰাহকাৰী

0 36

ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ। এইবাৰ ড্ৰাগছসহ আন এজন ড্ৰাগছ পেডলাৰক আটক অসমত। শোণিতপুৰৰ খনামুখত ড্ৰাগছ সৰবৰাহকাৰীক আটক। ধৃত লেইকিথিং চিৰিং নামৰ ২০ বছৰীয়া এজন যুৱকসহ আন এজন কিশোৰ। খনামুখনৰ আমনিৰ পৰা আটক দুয়োকে। চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আটক কৰে সৰবৰাহকাৰী দুজনক। ধৃত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.