Tag: NKTV

Browse our exclusive articles!

এক গাৰ নোম শিয়ৰি উঠা ঘটনা

এক গাৰ নোম শিয়ৰি উঠা ঘটনাপাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিপ্ৰথমে স্বামীক দাৰে উপৰ্যুপৰি ঘপিয়াই নৃশংস হত্যাপাছত ঘৰৰ চৌহদতে চিপ লৈ আত্মহত্যা মহিলাৰ পুৱাই পোহৰলৈ অহা এই...

নিশা শুই থকা অৱস্থাতে গুলিয়াই হত্যা যুৱতীক

ডিফুত সংঘটিত হল এটা চাঞ্চল্যকৰ ঘটনা। শোৱাপাটিতে এগৰাকী যুৱতীক গুলিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। এই ঘটনাৰ পাছতে কাৰ্বি আংলঙৰ আৰলং লাংছ'ত আতংক। ঘটনাৰ তদন্ত আৰম্ভ...

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়াৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমীয়াৰ। কৰ্ণাটকৰ পৰা উভতি অহা ৰে’লত উদ্ধাৰ হয় বিশেষভাৱে সক্ষম বাবৰ আলী নামৰ লোকজনৰ মৃতদেহ। মৃত বাবৰ আলীৰ ঘৰ ৰৌতাৰ...

শপতগ্ৰহণৰ পূৰ্বে মোদীৰ বাসগৃহত চাহমেল

শপতগ্ৰহণৰ পূৰ্বে মোদীৰ বাসগৃহত চাহমেলমন্ত্ৰিত্ব নিশ্চিত সাংসদৰে প্ৰধানমন্ত্ৰীৰ বৈঠকউপস্থিত মন্ত্ৰিত্ব নিশ্চিত সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু কোনে কোনে লাভ কৰিব মোদীৰ মন্ত্ৰীসভাত স্থান? এই প্ৰশ্নৰ চৰ্চাৰ...

১০জুনৰ পৰা পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী

গুৱাহাটীঃ ৮ মেঃ গুৱাহাটীৰ ৫টা সমষ্টি ক্ৰমে দিশপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেন্টেল আৰু জালুকবাৰীৰ ৬০টা ৱাৰ্ডৰ পাৰিষদসকলৰ সহযোগত ঠাইতে গৈ যান-বাহন বিষয়ক বিভিন্ন...

Popular

নেপালত পুনৰ ভয়াৱহ বানৰ আশংকা, চীনৰ সতৰ্কবাণী

নেপালত পুনৰ ভয়ংকৰ আকস্মিক বানৰ ‘উচ্চ আশংকা’ — চীনৰ...

ব্ৰাজিলৰ পিছত ভাৰতত খেলিব দুবাৰৰ FIFA বিশ্বকাপ বিজয়ী উৰুগুৱে

ভাৰতীয় ফুটবলৰ বাবে আহি আছে এক ঐতিহাসিক ক্ষণ। পাঁচবাৰৰ...

মহাৰাষ্ট্ৰৰ টেক্সি আৰু অটো চালকসকলৰ বাবে সকাহ: মাৰাঠী ভাষা শিকিবলৈ ১ বছৰ সময় বান্ধি দিলে চৰকাৰে

মহাৰাষ্ট্ৰ চৰকাৰে অনা-মাৰাঠীভাষী টেক্সি আৰু অটো-ৰিক্সা চালকসকলৰ বাবে এক...

Subscribe

spot_imgspot_img