সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ কণ্ঠশিল্পী, অতিষ্ঠ হৈ দৰ্শকে ভাঙিলে পেণ্ডেল, আচবাব

বিলাসীপাৰা মিউজিক ফেষ্টিভেলত অঘটন। সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ কণ্ঠশিল্পী। অতিষ্ঠ হৈ ৰাইজে ভাঙিলে পেণ্ডেল, আচবাব। উল্লেখ্য যে বহুসময় ধৰি অপেক্ষা কৰি আছিল হাজাৰ হাজাৰ ৰাইজ। টিকটৰ বাবদ লোৱা হৈছিল ৫০০ৰ পৰা ২০০০ টকা। ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ । বৰ্তমানলৈ দুজনক আটক কৰিছে আৰক্ষীয়ে। প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু পুত্ৰ ৰিহাল খানে আয়োজন কৰিছিল অনুষ্ঠানৰ। ৰাইজৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে পিতা-পুত্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...