সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট

সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন বাজেট দাখিল
মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট

দৰিদ্ৰতাহীন ভাৰতৰ বিকাশত গুৰুত্ব বিত্তমন্ত্ৰী সীতাৰমণৰ
দৰিদ্ৰ, যুৱ, মহিলাৰ বিকাশত বিশেষ গুৰুত্ব কেন্দ্ৰ চৰকাৰৰ
বাজেটত নগৰ উন্নয়ন, আন্তঃগাঁথনি, বিকাশ মূল লক্ষ্য

‘আগন্তুক ৫ বছৰত সকলো বিকাশৰ লক্ষ্য আমাৰ’

‘আমাৰ অৰ্থনীতি তীব্রগতিত আগবাঢ়িছে’

বিকশিত ভাৰতত নাথাকিব দৰিদ্রতা : বিত্তমন্ত্রী
কৃষি উৎপাদন বৃদ্ধিত গুৰুত্ব প্ৰদান এইবাৰৰ বাজেটত
দেশৰ ১.৭ কোটি কৃষকক উপকৃত কৰাৰ বিশেষ ব্যৱস্থা

‘অসমৰ নামৰূপত খোলা হ’ব ইউৰীয়া সাৰ কাৰখানা’

‘উত্তৰ ভাৰতত স্থাপন কৰা হ’‍ব আন ৩টা প্ৰকল্প’

‘কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৫ লাখ টকালৈ বৃদ্ধি’

‘৭ কোটি ৭০ লাখ কৃষকলৈ কিষাণ ক্রেডিট কাৰ্ডৰ সুবিধা’

‘অনুসূচিত জাতিৰ মহিলাসকলৰ বাবে বিশেষ আঁচনি’

‘সৌৰশক্তি, EV বেটাৰীৰ বাবে বিশেষ গুৰুত্ব বাজেটত’

‘৫খন IITত বৃদ্ধি কৰা হ’‍ব ১৪০০ আসনৰ সংখ্যা’

‘২০২৮ চনলৈ চলিব জলজীৱন মিছন আঁচনি’
‘সকলো চৰকাৰী বিদ্যালয়তে থাকিব ইণ্টাৰনেট সেৱা’

‘চিকিৎসা মহাবিদ্যালয়সমূহত বৃদ্ধি কৰা হ’ব ১০,০০০ আসন’

‘৩ বছৰত দেশৰ প্ৰতিখন জিলাতে হ’ব কেঞ্চাৰ হাস্পতাল’

‘উড়ান আঁচনিৰ জৰিয়তে সামৰি লোৱা হ’‍ব ১২০ নতুন ঠাই’

‘দেশত ১০ বছৰত নিৰ্মাণ হ’ব ১২০টা বিমানবন্দৰ’

বিহাৰলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ঘোষণা বাজেটত

‘ফুড টেকন’ল’জী ইনষ্টিটিউট, মখনা ব’ৰ্ড বিহাৰলৈ’

‘পাটনা বিমানবন্দৰ সম্প্রসাৰণ কৰা হ’ব’

‘বিহাৰত খোলা হ’ব গ্রীণ ফিল্ড বিমানবন্দৰ’

‘পাটনা IITত নতুন হোষ্টেল খোলা হ’ব’

‘দেশত ৫০টাকৈ পৰ্যটন কেন্দ্র উন্নীত কৰা হ’ব’

‘বুদ্ধদেৱৰে জড়িত উপাসনাস্থলীসমূহ উন্নয়ন কৰা হ’ব’

‘চামৰাৰ উদ্যোগত ২২ লাখ কৰ্মসংস্থাপনৰ লক্ষ্য’

‘দুগ্ধ আৰু মীনপালনৰ বাবে ৫ লাখ পৰ্যন্ত ঋণৰ ব্যৱস্থা’

‘ভাৰতবৰ্ষক খেলৰ সামগ্ৰীৰ হাব কৰি তোলাৰ লক্ষ্য’

‘ষ্টাৰ্টআপৰ বাবে ১০ হাজাৰ কোটিৰ পুঁজি’

‘পৰমাণু শক্তি মিছনৰ বাবে ২০,০০০ কোটি টকা ধাৰ্য’

‘আত্মসহায়ক গোটৰ বাবে গ্রামীণ ক্রেডিট কাৰ্ডৰ ব্যৱস্থা’

‘সংসদত নতুন আয়কৰ বিধেয়ক উত্থাপন হ’ব অহা সপ্তাহত’

‘জ্যেষ্ঠ নাগৰিকৰ কৰ ৰেহাইৰ ব্যৱস্থা ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈ বৃদ্ধি’

‘মধ্যবিত্তকেন্দ্ৰিক কৰ সংস্কাৰৰ ব্যৱস্থা বাজেটত’

‘সংশোধিত বিত্তীয় ঘাটি GDPৰ ৪.৮ শতাংশ’

‘ৰপ্তানিৰ ক্ষেত্রত ৭টা কৰ ব্যৱস্থা প্ৰত্যাহাৰ’

‘কৰমুক্ত কৰা হ’ল ৩৬টা জীৱনদায়িনী ঔষধ’  

‘লিথিয়াম বেটাৰীৰ ক্ষেত্ৰত সীমা শুল্ক ৰেহাই’

‘দাম কমিব LED, ষ্টাৰ্ট টিভি, কাপোৰ, ম’বাইলৰ’

‘দাম কমিব বৈদ্যুতিক বাহনৰ, চামৰাৰ সামগ্ৰীৰ’

‘পুঁজি বিনিয়োগ আৰু নিয়োগৰ সুবিধা বৃদ্ধিত গুৰুত্ব’

আয়কৰৰ ক্ষেত্রত বৃহৎ সকাহ মধ্যবিত্তক

‘বছৰি ১২ লাখ টকালৈ উপাৰ্জনকাৰীৰ আয়কৰ ৰেহাই’ 

‘বছৰি ১২ৰ পৰা ১৬ লাখ টকালৈ ১৫ শতাংশ আয়কৰ’

‘বছৰি ১৬ৰ পৰা ২০ লাখ টকালৈ ২০ শতাংশ আয়কৰ’

‘বছৰি ২০ৰ পৰা ২৪ লাখলৈ ২৫ শতাংশ আয়কৰ আৰোপ’ 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...