আজি সংসদত দাখিল হ’ব পূৰ্ণাংগ বাজেট

আজি সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। দিনৰ ১১ বজাত দাখিল কৰা হ’ব বাজেট। আগন্তুক বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশৰ গতি মন্থৰ হ’ব বুলি অৰ্থনৈতিক জৰীপত প্ৰকাশ পোৱাৰ পিছতে শাসক-বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া। জনতাৰ দৃষ্টি নিবদ্ধ, কি থাকিব বাজেটত, মূল্য বৃদ্ধি-হ্ৰাস হ’ব কিহৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...