Tag: NKTV

Browse our exclusive articles!

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমৰ দুখন তথ্যচিত্ৰলৈ বঁটা

‘হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট’ৰ্ক’লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটাপূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণৰ কাহিনীৰে এই তথ্যচিত্ৰ‘হাড়গিলা’ৰ হৈ বঁটা গ্ৰহণ কৰে পৰিচালক পাৰ্থসাৰথি মহন্তইপ্ৰযোজকদ্বয় মীনা মহন্ত,...

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত অসম আৰু উত্তৰ পূৱ ভাৰতে যথেষ্ট গুৰুত্ব লাভ কৰিছে: মন্ত্ৰী পীযুষ হাজৰীকা

জলশক্তি মন্ত্ৰালয়ৰ অধীনত ভূপালত হৈ থকা ৰাজ্যৰ মন্ত্ৰীসকলৰ সন্মীলনত অসমৰ বান আৰু খহনীয়া ব্যৱস্থাপনাৰ বিষয়ে বক্তব্য প্ৰদান জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ দেশৰ উন্নত ৰাজ্যৰ সমানে...

ভাৰতৰ পদূলিত শত্ৰুৰ কিৰিলি

✒️ অচিন্ত্য শৰ্মা চীন, পাকিস্তানৰ পিছত এইবাৰ তুৰস্ক। এখনৰ পিছত আন এখনকৈ। ভাৰতৰ শত্ৰুৰাষ্ট্ৰ। ৰঙাদলিচা পাৰি দিছে ফ্ৰেংকেনষ্টাইন বাংলাদেশে। হয়, ভাৰতেই জন্ম দিয়া আৰু জন্মৰে পৰা...

নল বিৰিণা খাগৰী’ৰ ইংৰাজী অনুবাদ ‘Moujuri’ উন্মোচন

বৰেণ্য অসমীয়া চৈয়দ আব্দুল মালিকৰ কালজয়ী উপন্যাস 'নল বিৰিণা খাগৰী'ৰ ইংৰাজী অনুবাদ 'Moujuri' দেওবাৰে উন্মোচন হয়| চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা...

গল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস “জাকাৰান্দা” উন্মোচন

শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনীগুচ্ছৰ আধাৰত ২০১৮ চনৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ বটাঁ বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস “জাকাৰান্দা”আজি...

Popular

শিল-বালি-ইটাই যদি উশাহ দিয়ে, কাটি পেলাওক সকলো গছ…

শিল-বালি-ইটাই যদি উশাহ দিয়ে, কাটি পেলাওক সকলো গছকংক্ৰিটৰ উন্নয়নেহে...

দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে হায়দৰাবাদতো ৰুজু আছে গোচৰ

শীঘ্ৰেই অসমলৈ আহিব হায়দৰাবাদৰ আৰক্ষীৰ এটা দল। দীপাংকৰ বিৰুদ্ধে...

উদয়পুৰত অনুষ্ঠিত মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া পেজেন্টত জিলিকিল অসমৰ পুনম শৰ্মা

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মহানগৰীৰ ৰাজগড ৰোডৰ জীয়ৰী পুনম...

গুৱাহাটী পালেহি প্রৱঞ্চনাত অভিযুক্ত দীপাংকৰ বৰ্মন

গুৱাহাটী পালেহি মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ...

Subscribe

spot_imgspot_img