ব্যৱসায়ী অশোক গোৱেলৰ হত্যাৰে জড়িত এটা ডকাইতক গ্ৰেপ্তাৰ

ব্যৱসায়ী অশোক গোৱেলৰ হত্যাৰে জড়িত এটা ডকাইতক গ্ৰেপ্তাৰ। বলধমাৰী চৰৰ পৰা গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতটোক। ধৃত ডকাইতটোৰ নাম জাহিদুল ইছলাম। ডকাইতৰ দলটোৰ গাড়ীচালক আছিল জাহিদুল। দেওবাৰে এটা ডকাইতৰ দলে হত্যা কৰিছিল অশোক গোৱেলক।

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা...

ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে...

২২ মাৰ্চৰ পৰা চিটী চেণ্টাৰত অফলাইন টিকট

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ অনুৰোধ ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ২২ মাৰ্চৰ...