Tag: NKTV News

Browse our exclusive articles!

কেইটামান মৃত প্ৰাণীৰ আত্মাৰ সদ্গতি কামনা কৰি পাতিলে আদ্যশ্ৰাদ্ধ

এখন আদ্যশ্ৰাদ্ধত এজাক ছাত্ৰ-ছাত্ৰীভকত-বৈষ্ণৱ সকলে পৰম্পৰাগতভাৱে সম্পন্ন কৰিছে মাংগলিক কৰ্মসেৱা লৈছে সকলোৱে, আশীৰ্বাদ দিলে ভকত-বৈষ্ণৱেকিন্তু এই আদ্যশ্ৰাদ্ধ মানুহৰ নহয়, তেন্তে কালৈ এই শ্ৰদ্ধাঞ্জলি? শদিয়াৰ ৰতনপুৰ...

অসমব্যাপীয়েই কমিছে সুৰাৰ বিক্ৰী

সুৰাপান কমাইছে ৰাইজেঅসমব্যাপীয়েই কমিছে সুৰাৰ বিক্ৰীকঠোৰ নিৰ্দেশনাৰ পাছতো চৰকাৰৰ প্ৰয়াস অথলে যোৱাৰ পথত অসমৰ সুৰাপীয়ে অভিলেখ সৃষ্টি কৰে। নিউয়েৰ-পূজা বুলি কলে বিক্ৰীৰ অভিলেখ ৰচনা হয়...

যোগীঘোপাৰ বোৱালীমাৰীত তীব্ৰ উত্তেজনা

যোগীঘোপাৰ বোৱালীমাৰীত তীব্ৰ উত্তেজনা। তহলদাৰী আৰক্ষীয়ে বিনা কাৰণত যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ। উত্তেজিত ৰাইজে আবদ্ধ কৰিলে আৰক্ষীক। আচলতে ঘটিছিল কি? যোগীঘোপা থানাৰ অধীনস্থ মাজেৰ আলগা...

কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড় চহৰৰ ভিন্ন স্থান

ভয়াৱহ কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ। চহৰৰ ভিন্ন স্থানত ভয়াবহ বান। থানা চাৰিআলিত মানকটা পথৰ ওপৰত যাব নোৱাৰা অৱস্থা। গুৰুত্ব নাই পৌৰ নিগম কিম্বা...

এক গাৰ নোম শিয়ৰি উঠা ঘটনা

এক গাৰ নোম শিয়ৰি উঠা ঘটনাপাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিপ্ৰথমে স্বামীক দাৰে উপৰ্যুপৰি ঘপিয়াই নৃশংস হত্যাপাছত ঘৰৰ চৌহদতে চিপ লৈ আত্মহত্যা মহিলাৰ পুৱাই পোহৰলৈ অহা এই...

Popular

“মই মৃত্যুমুখত পৰিলোহেঁতেন”: মমতা বেনাৰ্জীৰ গাড়ীলৈ শিলাবৰ্ষণ, প্ৰতিবাদকাৰীৰ “চোৰ” ধ্বনি

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা...

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহাৰ অৱদান

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান বানপীড়িত অঞ্চলৰ  জনসাধাৰণৰ...

Subscribe

spot_imgspot_img