আৰক্ষীৰ গুলীত আহত চিলনী চোৰ

গুৱাহাটীত পুনৰ আৰক্ষীৰ গুলীচালনা। চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। এগৰাকী মহিলাৰ পৰা চিলনী চোৰে কাঢ়িছিল বেগ। গুৰুতৰভাৱে আহত হৈছিল মহিলাগৰাকী। হাতীগাঁৱৰ বনফুল নগৰত ঘটিছিল এই ঘটনা। নিশা আৰক্ষীয়ে চিলনী চোৰৰ বিৰুদ্ধে চলাইছিল অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...