বৰফে ঢকা স্থানলৈ যাব বিচাৰিছে নেকি? আমেৰিকা বা ছুইজাৰলেণ্ড নহয়, যাওক অসমৰ চুবুৰীয়া এইখন ৰাজ্যলৈ

বৰফে ঢাকিছে জম্মু–কাশ্মীৰ। আমেৰিকা, ছুইজাৰলেণ্ড, ব্ৰিটেইন সকলোতে বৰফৰ ধুমুহা। বৰফে ঢকা এনে স্থানলৈ ঢাপলি মেলিছে পৰ্যটকে। পিছে জম্মু–কাশ্মীৰ বা বিদেশৰ কোনো স্থান নহয়, আমি আজি আপোনাক দেখুৱাব বিচাৰিছো অসমৰ চুবুৰীয়া ৰাজ্য এখনৰ বৰফে ঢকা মনোমোহা ঠাই।

বৰফে ঢকা স্থানলৈ যাব বিচাৰিছে নেকি? আমেৰিকা, ছুইজাৰলেণ্ড নহয়, যাওক অসমৰ চুবুৰীয়া এইখন ৰাজ্যলৈ।

শাৰী শাৰী গছবোৰ ঢাকি ধৰিছে বৰফে।

এয়া অৰুণাচলৰ মেচুকাৰ পৰিৱেশ। মেচুকাত এতিয়া জিৰ জিৰ কৈ বৰফ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...