মহাকুম্ভ মেলাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত স্নান অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ সৈতে মুখ্যমন্ত্ৰী আদিত্যনাথৰো স্নান। সাধু-সন্তৰ সৈতে দুয়ো নেতাই ত্ৰিবেণী সংগমত কৰিলে স্নান।

সোমবাৰে প্ৰয়াগৰাজত কেইবাটাও কাৰ্যসূচী লৈ উপস্থিত হৈছিল অমিত শ্বাহ।

অমিত শ্বাহৰ সৈতে মহাকুম্ভ মেলাত উপস্থিত জয় শ্বাহো।

সপত্নীক অমিত শ্বাহ উপস্থিত হয় মহাকুম্ভ মেলাত।

যোগ গুৰু ৰামদেৱেও স্নান কৰে ত্ৰিবেণী সংগমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...