মহানগৰীত কুকুৰক কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনা, ৩ যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ

সোমবাৰে নিশা মহানগৰীৰ লখৰাত চাঞ্চল্যকৰ ঘটনা। ৩ যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে এজন লোকে। কুকুৰক কেন্দ্ৰ কৰিয়েই সংঘটিত হ’ল এই আক্ৰমণৰ ঘটনা। আক্ৰমণকাৰী ৰিজিত বসুমতাৰী বুলি চিনাক্ত। প্ৰায়ে অঞ্চলটোৰ কুকুৰক আক্ৰমণ কৰাৰ ৰিজিত বসুমতাৰীৰ বিৰুদ্ধে। অঞ্চলবাসীয়ে এই বিষয়ে অভিযোগ উত্থাপন কৰাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৩ যুৱকক। হৰিচৰণ দাস পথৰ ৰামকৃষ্ণ ভৱনত এই ঘটনা। ঘটনাস্থলীত উপস্থিত বশিষ্ট আৰক্ষী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...