কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত এজন

কাজিৰঙাত গঁড়ৰ আক্ৰমণত এজন লোক নিহত। কাজিৰঙাৰ হালধিবাৰীত সংঘটিত হয় এই ঘটনা। নিহত লোকজন ৫৬ বছৰীয়া বিক্ৰম লোহাৰ। বোকাখাতলৈ নিয়া হয় লোকজনৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related