Tag: News

Browse our exclusive articles!

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত হয় দুটা দবা। ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় ৫জন যাত্ৰী।...

মক্কাত পদপিষ্ট হৈ মৃত্যু অসমৰ ৩ হজযাত্ৰীৰ

আজি পৱিত্র ঈদ। সমূহ ঈছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ। কিন্তু ঈদৰ মাজতেই আহিছে এটা দু:খবৰ। মক্কাত পদপিষ্ট হৈ মৃত্যু হৈছে অসমৰ ৩জনকৈ হজযাত্ৰীৰ।...

এক মহৎ কাম সাধিবলৈ তেওঁ বিচাৰি ফুৰিছিল শব্দ

১১৫ বছৰ চাইকেলখন লৈ গাঁৱে-ভূঞে ভ্ৰমি ফুৰিছিল তেওঁএক মহৎ কাম সাধিবলৈ তেওঁ বিচাৰি ফুৰিছিল শব্দঅসমৰ নিৰ্দিষ্ট অঞ্চলৰ কথোপকথনৰ শব্দ সংগ্ৰহ কৰিছিল তেওঁতেঁৱেই বজালীৰ শব্দকোষ...

নদীয়ে খহাই নিছে ভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল

ৰাজ্যত ভয়ংকৰ হাৰত সংকুচিত হৈছে ভূমিনদীয়ে খহাই নিছে ভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চলকালৰূপী নদীৰ সংহাৰত ত্ৰস্তমান নৈপৰীয়া ৰাজ্যৰ বহু প্ৰান্তত এতিয়া নৈপৰীয়াৰ চকুত টোপনি নাই। নাই...

নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক

প্ৰসংগ আছিল- ঢকুৱাখনাৰ জে জে এমৰ ঠিকাদাৰ সুনীল গগৈক হত্যা কৰিলে কোনে? কিন্তু নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক। প্ৰশ্ন...

Popular

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...
spot_imgspot_img