Tag: News

Browse our exclusive articles!

৬৭ বছৰীয়া হ’ল দেশবাসীৰ মৰমৰ অভিনেতা জেকী শ্ৰফ

৬৭ বছৰীয়া হ’ল দেশবাসীৰ মৰমৰ অভিনেতা জেকী শ্ৰফ। অভাৱ-অনাটনৰ মাজেৰে পাৰ হৈছিল জেকী শ্ৰফৰ শৈশৱ-কৈশোৰ। নানা সংঘাটকো নেওচি বলীউডত প্ৰতিষ্ঠিত হৈছিলহি জেকী শ্ৰফ। আজি...

বিদায় বীৰ!

এটা অৰ্ধনিৰ্মিত ঘৰবুকু বিদাৰি যোৱা কাতৰ কান্দোনআৰু এটা হিয়া ভঙা খবৰগাঁৱৰ আকাশ কঁপাই গুজৰিল ২১ টা টোপধ্বনিএই গৌৰৱময় ক্ষণ, অথচ মৰ্মান্তিক মূহূৰ্তৰ সাক্ষী হৈ...

ওদালগুৰিত ঘৰভৰি ফুলি থকা নিয়ৰমালতী ফুল চাবলৈ ৰাইজৰ ভিৰ

ওদালগুৰি জিলাৰ এখন ঘৰ আহিছে বিশেষভাৱে চৰ্চালৈ। ওদালগুৰিৰ ৪ নং ৰজাগড়ৰ এখন বিশেষ ঘৰ। ঘৰৰ গৰাকী এইজন হৰেশ্বৰ ডেকা। দিন হাজিৰা কৰা এই মানুহজনৰ...

বন্দী মানসৰ পিতৃলৈ পৰেশ বৰুৱাৰ ফোন

আলফা স্বাধীনৰ শিবিৰত বন্দী সৰুপথাৰৰ মান বৰগোঁহাই। চোৰাংচোৱাগিৰিৰ অভিযোগত, অসম আৰক্ষীৰ সদস্য হোৱাৰ সন্দেহত বন্দী কৰি ৰখা হৈছে মানসক। ভয়-শংকাৰ মাজতে মানসৰ পিতৃলৈ পৰেশ...

নিশা হ’লেই ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰে ডকাইত

নিশা হ'লেই ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰে ডকাইত। কলিয়াবৰত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা। তামোলভৰ্তি এখন বলেৰো পিক আপ ভান হাইজেক কৰিলে ডকাইতৰ এটা দলে।...

Popular

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ...

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

Subscribe

spot_imgspot_img