লোভেই পাপ, পাপেই মৃত্যু! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডেপুটি CEO

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডেপুটি CEO। দক্ষিণ শালমৰা মানকাচৰ পৰিষদৰ ডেপুটি CEO গ্ৰেপ্তাৰ। দুৰ্নীতি নিবাৰক শাখাৰ জালত CEO ইমতাজ মণ্ডল। ফেকামাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ দায়িত্বত ইমতাজ মণ্ডল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...