ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মালবাহী ৰে’ল

বৰঝাৰৰ বঙৰাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মালবাহী ৰে’ল। কাম্যাখ্যা যোগীঘোপা ৰে’লপথত দুভাগ হ’ল চলন্ত মালবাহী ট্ৰেইন। যোগীঘোপা অভিমুখে গৈ থকা অৱস্থাত বিচ্ছিন্ন হয় ৰে’লখনৰ ডবা। কাম্যাখ্যা-যোগীঘোপা ৰে’লপথৰ 712 নম্বৰ ৰেলৱে ক্ৰচিংত এই ঘটনা। বহুসময় ধৰি ব্যাহত হৈ পৰে বহুকেইখন ৰে’লৰ চলাচল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...