মাজনিশা কলিয়াবৰত কোনে চলাইছিল সন্ত্ৰাস? আৰক্ষীৰ জালত পৰিল কোন কোন?

চামগুৰি আৰক্ষীৰ জালত কলিয়াবৰ কাণ্ডৰ লগত জড়িত দুজন। চামগুৰি আৰক্ষীয়ে এক অভিযান চলাই কনুৱামাৰীৰ পৰা আটক কৰিছে মুজামিল হুছেইন আৰু বাহাৰুল ইছলাম নামৰ দুজনক। শুক্ৰবাৰে কলিয়াবৰৰ ৰাজপথত গাড়ী আগভেটি আৰোহীক আক্ৰমণ আৰু মহিলাৰ পৰা আ-অলংকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল দুধৰ্ষ ডকাইতকেইটাই। বৰ্তমানেও পলাতক সমগ্ৰ কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত ৰচিদুল হক। ৰচিদুলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...