কাজিৰঙাত অঘটন! গঁড়ৰ আক্ৰমণত আহত ২ বনকৰ্মী

কাজিৰঙাত পুনৰ সংঘটিত হৈছে এক অঘটন। গঁড়ৰ আক্ৰমণত আহত হয় ২ বনকৰ্মী। বৰাকটা বন শিবিৰলৈ গৈ থকা অৱস্থাতে দুয়োকে আক্ৰমণ কৰিলে গঁড়ে। বাগৰিৰ বৰাকটা শিবিৰৰ জয়ন্ত হাজৰিকা, আৰু তনুজ বৰাক আক্ৰমণ গঁড়ৰ। খাদ্য সামগ্ৰী ক্ৰয় কৰি শিবিৰলৈ গৈ আছিল দুই বনকৰ্মী। ঘটনাৰ পাছতে আহত দুই বনকৰ্মীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় তেজপুৰ মেডিকেল কলেজলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...