বিজেপিত যোগদান কমল কুমাৰ মেধিৰ

নিৰ্বাচনৰ পূৰ্বে ব্যাপক যোগদান কাৰ্যসূচী বিজেপিৰ। বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত পুনৰ যোগদান কাৰ্যসূচী। আজি বিজেপিত যোগদান কৰে কমল কুমাৰ মেধিৰ । ছিপাঝাৰৰ কংগ্ৰেছৰ নেতা কুলদীপ বৰুৱাৰো বিজেপিত যোগদান। সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। প্ৰশান্ত ফুকন, পৰামনন্দ ৰাজবংশী, মানৱ ডেকাৰো অংশগ্ৰহণ কাৰ্যসূচীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...