গ্ৰেমী বঁটাত উজলিল ভাৰতৰ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইন

২ বিশিষ্ট সংগীতজ্ঞৰ ‘শক্তি’ নামৰ বেণ্ডে আঁজুৰিলে বঁটা
বেষ্ট গ্ল’বেল মিউজিক এলবাম জয় ‘শক্তি’ বেণ্ডৰ
দিজ ম’মেণ্ট শীৰ্ষক এলবামৰ বাবে গ্ৰেমী বঁটা লাভ
শংকৰ মহাদেৱন, বেণ্ডটোৰ সতীৰ্থ গণেশ ৰাজাগোপালনে গ্ৰহণ কৰে বঁটা
যোৱা বছৰৰ ৩০ জুনত মুক্তি লাভ কৰিছিল দিজ ম’মেণ্ট নামৰ এলবামটো
এলবামটোৰ ৮টাকৈ গানত কণ্ঠ নিগৰাইছে শংকৰ মহাদেৱনে
তবলা সংগত কৰিছিল ওস্তাদ জাকিৰ হুছেইনে

NKTV Digital
Author: NKTV Digital

83 COMMENTS

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...