Tag: India

Browse our exclusive articles!

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হ'ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বৃষ...

দেশত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ, ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিক!

দেশত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহ ৰূপ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিকবুধবাৰৰ তুলনাত ৫৬.৫ শতাংশ বৃদ্ধি আক্ৰান্তৰ হাৰসমান্তৰালভাৱে বৃদ্ধি পাইছে অমিক্ৰনৰ সংক্ৰমণোদেশত ২২০০ৰো অধিক লোক...

পূজাৰা-ৰাহানেৰ ব্যৰ্থতা অব্যাহত, দলৰ পৰা বাহিৰ কৰিবলৈ আহ্বান অনুৰাগীৰ!

আকৌ এবাৰ ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ ব্যৰ্থ হ'ল ভাৰতীয় টেষ্ট দলৰ দুই গুৰত্বপূৰ্ণ বেটছমেন চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেই। জোহান্সবাৰ্গত অনুষ্ঠিত হৈ থকা দ্বিতীয়...

মহাত্মা গান্ধীক চৰম অপমান, কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ

ছত্তীশগড়ত অনুষ্ঠিত ধৰ্মীয় সভাত মহাত্মা গান্ধীক লৈ আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় নেতা কালিচৰণ মহাৰাজ। ৰায়পুৰ আৰক্ষীয়ে খাজুৰাহোৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে...

দুটাকৈ নতুন ক’ভিড ভেকচিনলৈ অনুমোদন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

দুটাকৈ নতুন ক’ভিড ভেকচিনলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। মঙলবাৰে অনুমোদন লাভ কৰে বায়’লজিকেল Eৰ ক’ৰ্বিভেক্স আৰু ছিৰাম ইনষ্টিটিউটৰ ক’ভ’ভেক্সে। ইয়াৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য...

Popular

সলনি হ’ব নেকি বিশ্ব মানচিত্ৰ? আফ্ৰিকাৰ প্ৰকৃত আকাৰ স্পষ্ট কৰিবলৈ বিশ্ব মানচিত্ৰ সলনিৰ পোষকতা UN-ৰ

বিশ্বৰ পৰম্পৰাগত মানচিত্ৰত আফ্ৰিকা মহাদেশৰ প্ৰকৃত আকাৰ সঠিকভাৱে প্ৰতিফলিত...

Subscribe

spot_imgspot_img