কালিকা লাগিছে নেকি ৰে’ল বিভাগত?

বুধবাৰে উত্তৰ প্ৰদেশৰ ইটাৱাৰ সমীপত নতুন দিল্লী-দৰভাঙ্গা চুপাৰফাষ্ট এক্সপ্ৰেছত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা, যাৰ ফলত ৰে’লখনৰ তিনিটা ডবা প্ৰভাৱিত হয়। জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

ৰে’লৱে বিষয়াসকলৰ মতে, যেতিয়া ৰেলখন চৰাই ভূপত ষ্টেচনৰ মাজেৰে গৈ আছিল, ষ্টেচন মাষ্টাৰে স্লিপাৰ কোচত ধোঁৱা দেখিছিল।
ষ্টেচন মাষ্টাৰে তেতিয়া ৰেল চালক আৰু গাৰ্ডক ধোঁৱাৰ বিষয়ে অৱগত কৰি ৰেলখন ৰখাইছিল। পৰৱৰ্তী সময়ত, যাত্ৰীসকলক স্লিপাৰ কোচৰ পৰা বাহিৰলৈ লৈ যোৱা হয়। যাত্ৰীসকলে জুই লগাৰ পাছতে ৰে’লখনৰ পৰা জঁপিয়াই দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...