হৃদয়বিদাৰক! দুৰ্ঘটনাত মৃত্যু ৮জনকৈ লোকৰ

উত্তৰাখণ্ডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। য’ত এখন জীপ ৫০০ মিটাৰ দ খাৱৈত পৰে। এই পথ দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে। জীপখন খাৱৈত পৰি যোৱাৰ পিছত, স্থানীয় লোকসকল ঘটনাস্থলীলৈ যায় আৰু আহতসকলক জীপৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে জীপখনত মুঠ ১১ জন লোক আছিল, ইয়াৰে ৬জনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু ২জনৰ হাস্পতালত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, এই দুৰ্ঘটনাটো নৈনিতালৰ ওখলকান্দাত সংঘটিত হৈছে। য’ত দাল কন্যাৰ বাসিন্দা ৰাজু পানেৰুৰ জীপখন ৫০০ মিটাৰ গভীৰ খাৱৈত পৰি গৈছিল। সেই সময়ত জীপখনত ১১ জন লোক আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...