পশ্চিমবংগ চৰকাৰৰ আঁচনিৰ অধীনৰ চাইকেল উদ্ধাৰ অসমত

  • পশ্চিমবংগ চৰকাৰৰ আঁচনিৰ অধীনৰ চাইকেল উদ্ধাৰ অসমত
  • সবুজ সাথী আঁচনিৰ অধীনৰ বিশ্ব বাংলা চাইকেল অসমত উদ্ধাৰ
  • তামাৰহাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৬০খনকৈ চাইকেল
  • পশ্চিমবংগৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আবণ্টিত আছিল এইসমূহ চাইকেল
  • চাইকেলসমূহ উদ্ধাৰৰ লগতে আটক কৰা হৈছে দুজন লোকক
  • মুছলমানপাৰা গাঁৱৰ মজিদ শ্বেখ আৰু আজিজ শ্বেখক আটক
  • চাইকেল মেকাৰ আলী হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ চাইকেলসমূহ
  • পশ্চিমবংগৰ চৰকাৰী চাইকেল অসমৰ ভিন্ন প্ৰান্তত বিক্ৰী হৈ থকাৰ অভিযোগ
  • ঘটনাৰ গোপন খবৰ লাভ কৰি তামাৰহাট আৰক্ষীয়ে চলাইছিল এই অভিযান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...