Tag: Assam

Browse our exclusive articles!

গণসমাৱেশ বন্ধ কৰক; কেন্দ্ৰলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ

নিৰ্বাচনমুখী ৰাজ্যত সমাবেশ-সভা বন্ধ কৰককেন্দ্ৰক গণসমাৱেশ বন্ধ কৰাৰ আহ্বানঅমিক্ৰনৰ পৰিপ্ৰেক্ষিতত সকীয়নি এলাহাবাদ উচ্চ ন্যায়ালয়ৰভেকচিনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰি এই আহ্বানটিভি-বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰৰ...

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদননগাঁও পৌৰ সভা, যোৰহাট পৌৰ সভাৰ বিৰুদ্ধেও এই আবেদন২০১০-১১ৰ পৰা ২০১৬-১৭লৈ নিগম-নিকায়কেইখনত ব্যাপক অনিয়মৰ অভিযোগচাৰিওখন নিগম-নিকায়ত কমেও...

ক্ষত-বিক্ষত অৱস্থাত কোঠাত ৭০ বছৰীয়া বৃদ্ধৰ নিথৰ দেহ, কোনে হত্যা কৰিলে প্ৰতাপ চাংমাইক?

নিজ ঘৰতেই ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ। এগৰাকী বৃদ্ধক নিজ ঘৰতেই দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ। বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যা কাণ্ড। মৃত ৭০ বছৰীয়া বৃদ্ধগৰাকী সাপটগ্ৰামৰ...

নিৰ্মাণ হৈ আছে উঃ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয়, কি কি থাকিব টি মিউজিয়ামত?

চাহৰ ইতিহাস বুলিলেই ভাৰততে অন্যতম ডিব্ৰুগড়। এই ডিব্ৰুগড়ত অচিৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চাহ সংগ্ৰহালয়। পর্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্র হিচাপে ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম...

খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা ছাত্ৰ-ছাত্ৰীক ৰামঠগন

খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা ছাত্ৰ-ছাত্ৰীক ৰামঠগন। সংস্থাপন বিচাৰি হাহাকাৰ কৰি ঘুৰি ফুৰা নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে...

Popular

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

Subscribe

spot_imgspot_img