আজি শিল্পী দিৱস, সুন্দৰৰ পূজাৰীৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হ’ব আজি সমগ্ৰ ৰাজ্য। জ্যোতি প্ৰসাদৰ জ্যোতি অৱলোকন হ’ব আজি লুইতৰ দুয়োপাৰে।

সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰয়াণৰ এই দিনটোক আকৌ এবাৰ শিল্পী দিৱস হিচাপে উদযাপন কৰিব ৰাজ্যবাসীয়ে। শিল্পী দিৱসকলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উছাহৰ আয়োজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...