Tag: Assam

Browse our exclusive articles!

গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা!

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱালৈ ডিব্ৰুগড় আৰক্ষীৰ আইনী জাননী। ২৪ ঘণ্টীয়া বন্ধ ঘোষণাক লৈ কঠোৰ ডিব্ৰুগড় আৰক্ষী।...

বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে

শীঘ্ৰে ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আজি মুকলি কৰা হ’ব এটা অত্যাধুনিক টেলিস্ক’প। ২০ বছৰজোৰা নাছাৰ বিজ্ঞানীৰ...

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি, ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধিসংক্রমণ ৰোধৰ বাবে ৰাজ্যই ৰাজ্যই কঠোৰ ব্যৱস্থাদেশৰ ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎমহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাটত নৈশ সান্ধ্য আইননৈশ...

ৰাজস্থানত MiG-21 দুৰ্ঘটনাগ্ৰস্ত, পাইলট হৰছিট সিঙৰ সিনহাৰ মৃত্যু

ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ হৰছিট সিনহাৰ মৃত্যু। ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই প্রকাশ কৰা...

২৩ বছৰীয়া সোণালী অধ্য়ায়ৰ যৱনিকা, অৱসৰ ল’লে হৰভজন সিঙে

ভাৰতৰ অন্যতম অফ অভিজ্ঞ স্পিনাৰ হৰভজন সিঙে শুকুৰবাৰে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। অফ স্পিনাৰ জনে টুইটাৰযোগে অৱসৰ ঘোষণা কৰে আৰু ইউটিউবত...

Popular

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

Subscribe

spot_imgspot_img