বন্ধ হ’ব সোণাপুৰত থকা আৰ্চাৰী চেণ্টাৰ!

বন্ধ হ’ব সোণাপুৰত থকা আৰ্চাৰী চেণ্টাৰ। স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ অসম বিৰোধী সিদ্ধান্ত। সোণাপুৰৰ আৰ্চাৰী কেন্দ্ৰটো কলিকতালৈ উঠাই নিয়াৰ ষড়যন্ত্ৰ। নেচনেল চেণ্টাৰ অব এক্সেলেন্সৰ কেন্দ্ৰটো কলিকতালৈ উঠাই নিয়াৰ ষড়যন্ত্ৰ।

আৰ্চাৰ কেন্দটো অসমৰ পৰা উঠাই নিয়াৰ বিৰুদ্ধে SAI লৈ পত্ৰ অসম আৰ্চাৰী সন্থাৰ। সোণাপুৰৰ এই কেন্দ্ৰটোৰ পৰাই অৰ্জুন জয়ন্ত তালুকদাৰ, প্ৰমিলা দৈমাৰী, সঞ্জয় বড়োৰ দৰে বিশ্বমানৰ আৰ্চাৰে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল। কিন্তু স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ হঠকাৰী সিদ্ধান্তত এতিয়া স্তম্ভিত হৈ পৰিছে ৰাজ্যবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাতীটোৱে নাচি থকা নাই… হয়তো নীৰৱে সহায় বিচাৰিছে!

হাতী এটাৰ শুঁৰ ইফালে-সিফালে দুলি আছে। মূৰটো একে ছন্দত...

নেপালত সন্ধানহীন অসমৰ ৩ যুৱক

✒️ মুন গোস্বামী ৩ দিনে পৰিয়াল, বন্ধু বৰ্গৰ সৈতে হোৱা...

২৫ বছৰ সম্পূৰ্ণ হ’ব 9/11 আক্ৰমণৰ: কিয় আজিও বিচাৰলৈ অহা নাই খালিদ শ্বেখ মহম্মদ?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত 9/11 আক্ৰমণৰ ২৫...

নেপালৰ বিধ্বংসী বান: ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন, উদ্ধাৰ অভিযান অব্যাহত

নেপালত সংঘটিত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...