Tag: Assam

Browse our exclusive articles!

NKTVৰ বাতৰিৰ প্ৰভাৱ! কোকৰাঝাৰত ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযন্তা

NKTVৰ বাতৰিৰ প্ৰভাৱ। কোকৰাঝাৰত ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযন্তা। ট্ৰেক্টৰ প্ৰদানত হিতাধিকাৰীৰ পৰা ঘোচ লৈছিল দুই অভিযন্তাই। ধৃত দুই অভিযন্তা নীলকান্ত কলিতা আৰু...

৩১ ডিচেম্বৰ: কেবৰ ড্ৰাইভাৰে কৰিব নোৱাৰিব সুৰাপান, ৰেপিড’ চালকে সুৰাপান কৰিলে জব্দ হ’ব বাইক!

কেব সেৱাৰ প্ৰতি চোকা দৃষ্টি পৰিবহণ বিভাগৰ৩১ ডিচেম্বৰত কেবৰ ড্ৰাইভাৰে কৰিব নোৱাৰিব সুৰাপানসুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব জৰিমনাৰেপিড’ চালকে সুৰাপান কৰিলে জব্দ হ’ব...

১৫-১৮ বছৰৰ কিশোৰ–কিশোৰীক বাবে ভেকচিন, COWIN এপৰ জৰিয়তে কৰিব লাগিব নাম পঞ্জীয়ন

দেশজুৰি অব্যাহত আছে অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ। ইখনৰ পিছত সিখন ৰাজ্যলৈ বিয়পিছে কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট। সোমবাৰে এদিনতে দেশত ১৩৫ জন লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত...

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৬ জন মাওবাদীৰ মৃত্যু

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৬ মাওবাদীৰ মৃত্যুতেলেংগনা-ছত্তিশগড় সীমান্তত এই ঘটনাআৰক্ষী-CRPF এ যুটীয়াভাৱে চলাইছিল অভিযানদীৰ্ঘ সময় ধৰি চলিছিল গুলীয়াগুলীঘটনাত হতাহত হোৱা নাই নিৰাপত্তাৰক্ষীৰ লোক

দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ, বৰ্তমানলৈকে ৫৭৮জন লোক সংক্ৰমিত

দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ। প্ৰতিদিনে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও ক’ভিড সম্পৰ্কীয় নীতি–নিৰ্দেশনা কঠোৰ কৰি...

Popular

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

Subscribe

spot_imgspot_img