গণৰাজ্য দিৱসত ৰাজ্যত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?

সমাগত গণৰাজ্য দিৱস। ইতিমধ্যে দেশজুৰি চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। ব্যতিক্ৰম নহয় অসমো। এইবাৰ গণৰাজ্য দিৱসত ৰাজ্যত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা?

খানাপাৰাত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে
খানাপাৰাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰণজিৎ কুমাৰ দাস – নলবাৰী
অতুল বৰা – যোৰহাট
উৰ্খাও গৌৰা ব্ৰহ্ম – তামুলপুৰ
চন্দ্ৰমোহন পাটোৱাৰী – গোৱালপাৰা
পৰিমল শুক্লবৈদ্য – বঙাইগাঁও
কেশৱ মহন্ত – ডিব্ৰুগড়
ৰণোজ পেগু – তেজপুৰ, শোণিতপুৰ
অশোক সিংহল – শিলচৰ, কাছাৰ
যোগেন মহন – লখিমপুৰ
সঞ্জয় কিষাণ – গোলাঘাট
অজন্তা নেওগ – নগাঁও
পীযূষ হাজৰিকা – তিনিচুকীয়া
বিমল বৰা – ধুবুৰী

কোকৰাঝাৰত পতাকা উত্তোলন কৰিব BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে
ডিফুত পতাকা উত্তোলন কৰিব কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে
হাফলঙত পতাকা উত্তোলন কৰিব ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোছাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...