নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট মাতৃৰ জৰিয়তে সন্তান জন্ম দিবলৈ সাজু প্ৰিয়ংকা চোপ্ৰা

মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। শুকুৰবাৰে নিশা স্বামী নিক জ’নাছৰ স’তে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্য প্ৰিয়ংকা চোপ্ৰাই নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট মাতৃৰ জৰিয়তেহে সন্তান জন্ম দিবলৈ সাজু হৈছে।

জ’নাছ পৰিয়াললৈ নতুন অতিথি আগমনক লৈ উৎফুল্লিত হৈ পৰিছে প্ৰিয়ংকা-নিক উভয়ে। ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা নিক–প্ৰিয়ংকাৰ এয়া হ’ব প্ৰথম সন্তান। চেৰ’গেট মাতৃৰ জৰিয়তে সন্তান জন্ম দিয়াৰ কথা অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...