ক্ৰীড়া

এটা সোণালী যুগৰ অৱসান; আৰ্জেণ্টিনাৰ জাৰ্চিত শেষবাৰৰ বাবে খেলপথাৰত নামিল ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছি

২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ অন্ত পেলাই আৰ্জেণ্টিনাৰ জাৰ্চিত শেষবাৰৰ বাবে খেলপথাৰত নামিল ফুটবল মহাতাৰকা লিঅ’নেল মেছি। মঙলবাৰে বেনিনৰ বিৰুদ্ধে ৩-০ গ’লত জয়ী হয়...

ভাৰতীয় মহিলা ক্ৰিকেটত নতুন অধ্যায়; অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা ফৰ্মেটৰ অধিনায়কত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। মঙলবাৰে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে ৩৭...

দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে ভাৰতে। দেশৰ পদকৰ যাত্ৰাত বিশেষ ভাৱে উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা খেলুৱৈসকল। বক্সিং ৰিঙৰ পৰা ভাৰোত্তোলনৰ...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা। প্ৰশিক্ষক জৰ্জ জেছুছে ৰাষ্ট্ৰীয় দলত ৰোনাল্ডোৰ...

Popular