ক্ৰীড়া

টীম ইণ্ডিয়াৰ খেলুৱৈক দিয়া হ’ব কেৱল ‘হালাল’ মাংস; দিয়া নহয় গাহৰি-গৰুৰ মাংস

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত ভাৰতীয় পুৰুষ ক্ৰিকেট দলে নিউজিলেণ্ডৰ সৈতে খেলিবলৈ সাজু হৈছে। কানপুৰত অনুষ্ঠিত প্ৰথম টেষ্টৰ পূৰ্বে, ভাৰতৰ এটি আগশাৰী...

আজি ভাৰত-নিউজিলেণ্ডৰ T20 মেচ, মুখ্যপ্ৰশিক্ষক হিচাপে যাত্ৰা আৰম্ভ হ’ব দ্ৰাৱিড়ৰ

বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজি পুনৰ ভাৰত-নিউজিলেণ্ড নামিব T20ৰ যুঁজত। ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ডৰ সৈতে ৩খনীয়া T20 শৃংখলাৰ আজি প্ৰথমখন মেচ। আজি মেচখনত কোহলিৰ পৰিৱৰ্তে...

২০২৬, ২০৩১ আইচিচি বিশ্বকাপৰ সহ-আয়োজক হ’ব ভাৰত

২০২৪ৰ পৰা ২০৩১ চনৰ ভিতৰত আইচিচি পুৰুষৰ সীমিত অভাৰৰ প্ৰতিটো মুখ্য প্ৰতিযোগিতাৰ বাবে আয়োজক ৰাষ্ট্ৰসমূহক নিশ্চিত কৰাৰ সময়ত আইচিচিয়ে সোমবাৰে ঘোষণা কৰে যে বাংলাদেশ...

খেলুৱৈসকল যন্ত্ৰ নহয়; খেলুৱৈসকলক ফিট আৰু সতেজ কৰি ৰাখিব লাগিব : ৰাহুল দ্ৰাবিড়

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ৰ পূৰ্বে সম্বোধন কৰা সংবাদমেলখনত ভাৰতৰ টি-২০ দলৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে, ভাৰতীয় দলটোৱে সঠিক ফৰ্মেটত টেমপ্লেট প্ৰাপ্ত কৰিব লাগিব।...

বিশ্ব পাৱাৰলিফটিং প্ৰতিযোগিতাত অসমৰ আদিত্যৰাজৰ ৩টা স্বৰ্ণ পদক

কিৰগিজস্তানৰ বিশকেকত WPC (বিশ্ব পাৱাৰলিফটিং কংগ্ৰেছ)ৰ দ্বাৰা শেহতীয়াকৈ অনুষ্ঠিত বিশ্ব পাৱাৰলিফটিং প্ৰতিযোগিতাত শনিবাৰে অসমৰ আদিত্যৰাজ শৰ্মাই তিনিটা সোণৰ পদক লাভ কৰে। ২১ বছৰীয়া খেলুৱৈ...

Popular